Check out the new design

क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (189) सूरा: आले इम्रान
وَلِلّٰهِ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟۠
আকাশ আৰু পৃথিৱী তথা ইয়াৰ মাজত যি আছে, সৃষ্টি আৰু পৰিচালনাৰ ফালেৰে একমাত্ৰ আল্লাহৰেই ৰাজত্ব। নিশ্চয় আল্লাহ সকলো বিষয়ত ক্ষমতাৱান।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• من صفات علماء السوء من أهل الكتاب: كتم العلم، واتباع الهوى، والفرح بمدح الناس مع سوء سرائرهم وأفعالهم.
আহলে কিতাবসকলৰ বেয়া বিদ্যানসকলৰ কিছুমান বৈশিষ্ট্য এই যে, জ্ঞান গোপন কৰা আৰু প্ৰবৃত্তিৰ অনুসৰণ কৰা লগতে সিহঁতৰ অন্তৰাত্মা তথা কৰ্ম বেয়া হোৱা সত্ত্বেও মানুহৰ প্ৰশংসাত আনন্দিত হয়।

• التفكر في خلق الله تعالى في السماوات والأرض وتعاقب الأزمان يورث اليقين بعظمة الله وكمال الخضوع له عز وجل.
আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি তথা সময়ৰ আৱৰ্তন সম্পৰ্কে চিন্তা-চৰ্চা কৰিলে আল্লাহৰ মহানতাৰ প্ৰতি বিশ্বাস আৰু পূৰ্ণ সমৰ্পণৰ ভাৱনা সৃষ্টি হয়।

• دعاء الله وخضوع القلب له تعالى من أكمل مظاهر العبودية.
আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা আৰু তেওঁৰ সন্মুখত আন্তৰিকতাৰে শিৰ নত কৰা, ভক্তিৰ সম্পূৰ্ণ দৃশ্যৰ অন্যতম।

 
अर्थों का अनुवाद आयत: (189) सूरा: आले इम्रान
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद - अनुवादों की सूची

कुरआनिक अध्ययन के लिए कार्यरत व्याख्या केंद्र द्वारा निर्गत।

बंद करें