Check out the new design

ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ * - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ


ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (1) ಅಧ್ಯಾಯ: ಅಲ್- ಇನ್ಸಾನ್

আল-ইনছান

ಅಧ್ಯಾಯದ ಉದ್ದೇಶಗಳು:
تذكير الإنسان بأصل خلقه، ومصيره، وبيان ما أعد الله في الجنة لأوليائه.
মানুহ কিহেৰে সৃষ্টি আৰু ইয়াৰ ঠিকনা কি এই বিষয়টো স্মৰণ কৰোৱা হৈছে। লগতে আল্লাহে তেওঁৰ নৈকট্যপ্ৰাপ্ত বান্দাসকলৰ বাবে জান্নাতত কি প্ৰস্তুত কৰি ৰাখিছে সেই বিষয়ে বৰ্ণনা কৰা হৈছে।

هَلْ اَتٰی عَلَی الْاِنْسَانِ حِیْنٌ مِّنَ الدَّهْرِ لَمْ یَكُنْ شَیْـًٔا مَّذْكُوْرًا ۟
মানুহৰ অতীতত এক দীৰ্ঘ সময় অতিক্ৰম হৈছে যেতিয়া সিহঁতৰ কোনো অস্তিত্ব নাছিল। সিহঁতৰ উল্লেখ পৰ্যন্ত নাছিল।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
ಈ ಪುಟದಲ್ಲಿರುವ ಶ್ಲೋಕಗಳ ಉಪಯೋಗಗಳು:
• خطر حب الدنيا والإعراض عن الآخرة.
পৃথিৱীৰ প্ৰতি মোহ আৰু আখিৰাতৰ পৰা মুখ ঘূৰাই লোৱাৰ ক্ষতি।

• ثبوت الاختيار للإنسان، وهذا من تكريم الله له.
মানুহৰ স্বাধীনতাৰ প্ৰমাণ। দৰাচলতে এয়া আল্লাহৰ তৰফৰ পৰা মানুহৰ বাবে এক ডাঙৰ সন্মান।

• النظر لوجه الله الكريم من أعظم النعيم.
আল্লাহৰ পবিত্ৰ মুখ মণ্ডলৰ দৰ্শন কৰাটো এক ডাঙৰ নিয়ামত।

 
ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (1) ಅಧ್ಯಾಯ: ಅಲ್- ಇನ್ಸಾನ್
ಅಧ್ಯಾಯಗಳ ವಿಷಯಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

ಪ್ರಕಾಶನ - ಕುರ್‌ಆನ್ ತಫ್ಸೀರ್ ಸ್ಟಡಿ ಸೆಂಟರ್

ಮುಚ್ಚಿ