Check out the new design

पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । * - अनुवादहरूको सूची


अर्थको अनुवाद श्लोक: (12) सूरः: श्शूरा
لَهٗ مَقَالِیْدُ السَّمٰوٰتِ وَالْاَرْضِ ۚ— یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ وَیَقْدِرُ ؕ— اِنَّهٗ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟
আকাশমণ্ডল আৰু পৃথিৱীৰ ধন-ভাণ্ডাৰৰ চাবি-কাঠি একমাত্ৰ তেওঁৰেই হাতত। তেওঁ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে, এই পৰীক্ষা কৰিবলৈ যে, সি কৃতজ্ঞ হয় নে অকৃতজ্ঞ? আনহাতে যাক ইচ্ছা কৰে তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে, এই কথা প্ৰকাশ কৰিবলৈ যে, সি ধৈৰ্য্য ধৰে নে নাই, অথবা সি আল্লাহে নিৰ্ধাৰণ কৰা তাকদীৰ সম্পৰ্কে অসন্তুষ্ট হয় নেকি? নিশ্চয় তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ। বান্দাসকলৰ কোনো কল্যাণকৰ হিতেই তেওঁৰ পৰা গোপন নহয়।
अरबी व्याख्याहरू:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• دين الأنبياء في أصوله دين واحد.
মৌলিক বিষয়ত সকলো নবীৰ ধৰ্ম এটাই।

• أهمية وحدة الكلمة، وخطر الاختلاف فيها.
একতাৰ গুৰুত্ব আৰু বিভেদৰ ভয়াৱহতা।

• من مقومات نجاح الدعوة إلى الله: صحة المبدأ، والاستقامة عليه، والبعد عن اتباع الأهواء، والعدل، والتركيز على المشترك، وترك الجدال العقيم، والتذكير بالمصير المشترك.
ধৰ্ম প্ৰচাৰৰ কেইটামান সফল নীতিঃ উৎস সঠিক হ’ব লাগিব, তাৰ ওপৰত প্ৰতিষ্ঠিত থাকিব লাগিব। প্ৰবৃত্তিৰ অনুসৰণৰ পৰা বিৰত থাকিব লাগিব। ন্যায় তথা এনেকুৱা বিষয়ৰ প্ৰতি মনোযোগ প্ৰদান কৰিব লাগিব, যিটো উভয় ক্ষেত্ৰতে প্ৰযোজ্য। লগতে অলাগতীয়াল বিতৰ্ক পৰিহাৰ কৰিব লাগিব আৰু এনেকুৱা পৰিণামবোৰ স্মৰণ কৰাব লাগিব, যিবোৰৰ সন্মুখীন সকলোৱে হ’ব লাগিব।

 
अर्थको अनुवाद श्लोक: (12) सूरः: श्शूरा
अध्यायहरूको (सूरःहरूको) सूची رقم الصفحة
 
पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । - अनुवादहरूको सूची

मर्क्ज तफ्सीर लिद्दिरासात अल-कुर्आनियह द्वारा प्रकाशित ।

बन्द गर्नुस्