पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । * - अनुवादहरूको सूची


अर्थको अनुवाद श्लोक: (15) सूरः: सूरतुल् हश्र
كَمَثَلِ الَّذِیْنَ مِنْ قَبْلِهِمْ قَرِیْبًا ذَاقُوْا وَبَالَ اَمْرِهِمْ ۚ— وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟ۚ
কুফৰ আৰু শাস্তি গ্ৰস্ত হোৱাৰ ক্ষেত্ৰত ইহুদীসকলৰ উদাহৰণ মক্কাৰ সেই মুশ্বৰিকসকলৰ দৰে যিসকলে ইহঁতৰ কিছু পূৰ্বে শাস্তি গ্ৰস্ত হৈছে। সিহঁতে নিজৰ কুফুৰী কাৰ্যৰ কু-পৰিণাম উপভোগ কৰিছে আৰু বদৰৰ (যুদ্ধৰ) দিনা সিহঁতৰ কিছুমানে নিহত হৈছিল আৰু বহুতেই গ্ৰেপ্তাৰ হৈছিল। তথা সিহঁতৰ বাবে পৰকালত আছে কষ্টদায়ক শাস্ত।
अरबी व्याख्याहरू:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• رابطة الإيمان لا تتأثر بتطاول الزمان وتغير المكان.
স্থান পৰিবৰ্তন অথবা সময়ৰ দৈৰ্ঘতাই ঈমানৰ সম্পৰ্কত প্ৰভাৱ নেপেলায়।

• صداقة المنافقين لليهود وغيرهم صداقة وهمية تتلاشى عند الشدائد.
মুনাফিকসকলৰ ইহুদীসকলৰ লগত বন্ধুত্ব হৈছে আভুৱা ভৰা প্ৰৱঞ্চনা, যিটো বিপদৰ পলাই পত্ৰং দিয়ে।

• اليهود جبناء لا يواجهون في القتال، ولو قاتلوا فإنهم يتحصنون بِقُرَاهم وأسلحتهم.
প্ৰকৃততে ইয়াহুদীসকল হৈছে কাপুৰুষ। মুখা-মুখি যুদ্ধ কৰিবলৈ সিহঁতৰ সাহস নাই। আনহাতে যদি যু্দ্ধ কৰেও তেন্তে অস্ত্ৰ সস্ত্ৰলৈ দুৰ্গৰ ভিতৰৰ পৰা কৰিব পাৰে।

 
अर्थको अनुवाद श्लोक: (15) सूरः: सूरतुल् हश्र
अध्यायहरूको (सूरःहरूको) सूची رقم الصفحة
 
पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । - अनुवादहरूको सूची

पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद, तफ्सीर सेन्टरद्वारा प्रकाशित ।

बन्द गर्नुस्