Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. * - පරිවර්තන පටුන


අර්ථ කථනය වාක්‍යය: (44) පරිච්ඡේදය: අල් අන්ආම්
فَلَمَّا نَسُوْا مَا ذُكِّرُوْا بِهٖ فَتَحْنَا عَلَیْهِمْ اَبْوَابَ كُلِّ شَیْءٍ ؕ— حَتّٰۤی اِذَا فَرِحُوْا بِمَاۤ اُوْتُوْۤا اَخَذْنٰهُمْ بَغْتَةً فَاِذَا هُمْ مُّبْلِسُوْنَ ۟
দৰিদ্ৰতা আৰু বেমাৰৰ পিছতো যেতিয়া সিহঁতে উপদেশ গ্ৰহণ নকৰিলে লগতে আল্লাহৰ আদেশ পালন নকৰিলে, তেতিয়া আমি সিহঁতক অৱকাশ প্ৰদান কৰি সিহঁতৰ বাবে অধিক জীৱিকাৰ দুৱাৰ খুলি দিলো, সিহঁতক ঐশ্বৰ্যশীল কৰি দিলো লগতে সুস্বাস্থ্য প্ৰদান কৰিলো। কিন্তু যেতিয়া সিহঁতৰ মাজত অহংকাৰ আহি পৰিল আৰু গৌৰৱ কৰিবলৈ ধৰিলে, তেতিয়া হঠাৎ সিহঁতৰ ওপৰত আমাৰ শাস্তি আহি পৰিল আৰু সিহঁত হতভম্ব হৈ নিৰাশ হৈ পৰিল।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• تشبيه الكفار بالموتى؛ لأن الحياة الحقيقية هي حياة القلب بقَبوله الحق واتباعه طريق الهداية.
কাফিৰসকলক মৃত ব্যক্তিৰ লগত তুলনা কৰা হৈছে। কাৰণ বাস্তৱ জীৱন হৈছে হৃদয়ৰ জীৱন, যেতিয়া লৈকে ই সত্য গ্ৰহণ কৰিব আৰু হিদায়তৰ পথ অনুসৰণ কৰিব।

• من حكمة الله تعالى في الابتلاء: إنزال البلاء على المخالفين من أجل تليين قلوبهم وردِّهم إلى ربهم.
আল্লাহে মানুহক বিপদ-আপদ দিয়াৰ এটা ৰহস্য এই যে, যিসকলে আল্লাহৰ অবাধ্যতা কৰে, আল্লাহে সিহঁতক বিপদত পেলায়, যাতে সিহঁতৰ অন্তৰ কোমল হয় আৰু আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰে।

• وجود النعم والأموال بأيدي أهل الضلال لا يدل على محبة الله لهم، وإنما هو استدراج وابتلاء لهم ولغيرهم.
পথভ্ৰষ্ট ব্যক্তিৰ হাতত ধন-সম্পত্তি তথা নিয়ামত থকাটো এই কথাৰ প্ৰমাণ বহন নকৰে যে, আল্লাহে সিহঁতক ভাল পায়, বৰং এইটো আল্লাহৰ ফালৰ পৰা সিহঁতৰ বাবে পৰীক্ষা আৰু অৱকাশ।

 
අර්ථ කථනය වාක්‍යය: (44) පරිච්ඡේදය: අල් අන්ආම්
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. - පරිවර්තන පටුන

අල්කුර්ආන් අධ්‍යයන සඳහා වූ තෆ්සීර් මධ්‍යස්ථානය විසින් නිකුත් කරන ලදී.

වසන්න