Check out the new design

Bản dịch ý nghĩa nội dung Qur'an - 简易古兰经经注阿萨姆语版 * - Mục lục các bản dịch


Ý nghĩa nội dung Câu: (32) Chương: Yusuf
قَالَتْ فَذٰلِكُنَّ الَّذِیْ لُمْتُنَّنِیْ فِیْهِ ؕ— وَلَقَدْ رَاوَدْتُّهٗ عَنْ نَّفْسِهٖ فَاسْتَعْصَمَ ؕ— وَلَىِٕنْ لَّمْ یَفْعَلْ مَاۤ اٰمُرُهٗ لَیُسْجَنَنَّ وَلَیَكُوْنًا مِّنَ الصّٰغِرِیْنَ ۟
আজিজৰ পত্নীয়ে সিহঁতৰ অৱস্থা দেখি ক'লেঃ এইজনেই সেই যুৱক, যাৰ প্ৰেমত পৰাৰ কাৰণে তোমালোকে মোক ভৰ্ৎসনা কৰিছিলা। ময়ে তেওঁক বিচাৰিছিলো আৰু তাক জালত পেলাবলৈ চক্ৰান্ত ৰচিছিলো। তথাপিও সি ৰক্ষা পৰিল। এতেকে ভৱিষ্যতেও যদি সি মোৰ ইচ্ছা পূৰণ নকৰে তেন্তে সি অৱশ্যে কাৰাগাৰ খাটিব লাগিব আৰু অপমান সহ্য কৰিব লাগিব।
Các Tafsir tiếng Ả-rập:
Trong những bài học trích được của các câu Kinh trên trang này:
• بيان جمال يوسف عليه السلام الذي كان سبب افتتان النساء به.
ইউছুফ আলাইহিছ ছালামৰ সৌন্দৰ্যৰ বৰ্ণনা, যাৰ ফলত চহৰৰ নাৰীসকল তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল।

• إيثار يوسف عليه السلام السجن على معصية الله.
ইউছুফ আলাইহিছ ছালামে আল্লাহৰ অবাধ্যতাৰ বিপৰীতে কাৰাগাৰক প্ৰাধান্য দিয়াৰ বৰ্ণনা।

• من تدبير الله ليوسف عليه السلام ولطفه به تعليمه تأويل الرؤى وجعلها سببًا لخروجه من بلاء السجن.
ইউছুফৰ প্ৰতি আল্লাহৰ বিশেষ সুবিধা প্ৰদান তথা কৃপা এই যে, তেওঁ ইউছুফক সপোনৰ ব্যাখ্যা শিকাইছিল, লগতে ইয়াক কাৰাগাৰৰ পৰা মুক্তিৰ উপায় বনাই দিছিল।

 
Ý nghĩa nội dung Câu: (32) Chương: Yusuf
Mục lục các chương Kinh Số trang
 
Bản dịch ý nghĩa nội dung Qur'an - 简易古兰经经注阿萨姆语版 - Mục lục các bản dịch

由古兰经研究诠释中心发行

Đóng lại