Check out the new design

Bản dịch ý nghĩa nội dung Qur'an - 简易古兰经经注阿萨姆语版 * - Mục lục các bản dịch


Ý nghĩa nội dung Câu: (98) Chương: Yusuf
قَالَ سَوْفَ اَسْتَغْفِرُ لَكُمْ رَبِّیْ ؕ— اِنَّهٗ هُوَ الْغَفُوْرُ الرَّحِیْمُ ۟
সিহঁতৰ পিতৃয়ে সিহঁতক ক'লেঃ অৱশ্যে মই মোৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম। নিশ্চয় তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল। আৰু তেওঁলোকৰ প্ৰতি দয়ালু।
Các Tafsir tiếng Ả-rập:
Trong những bài học trích được của các câu Kinh trên trang này:
• بر الوالدين وتبجيلهما وتكريمهما واجب، ومن ذلك المسارعة بالبشارة لهما فيما يدخل السرور عليهما.
পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰা আৰু তেওঁলোকক সন্মান কৰা অনিবাৰ্য। কোনো শুভসংবাদ তেওঁলোকক দ্ৰুত জনোৱাটোও হৈছে ইয়াৰ অন্তৰ্ভুক্ত, যি সংবাদে তেওঁলোকক আনন্দ দিয়ে।

• التحذير من نزغ الشيطان، ومن الذي يسعى بالوقيعة بين الأحباب؛ ليفرق بينهم.
চয়তানৰ বিৰোধ সৃষ্টি কৰাৰ সাৱধান থকা। সেই ব্যক্তিৰ পৰা সতৰ্ক কৰা যিয়ে বন্ধুত্বৰ মাজত ঘৃণা তথা দূৰত্ব সৃষ্টি কৰাৰ প্ৰয়াস কৰে।

• مهما ارتفع العبد في دينه أو دنياه فإنَّ ذلك كله مرجعه إلى تفضّل الله تعالى وإنعامه عليه.
বান্দাই দ্বীন আৰু দুনিয়াৰ ক্ষেত্ৰত যিমানেই মৰ্যাদা লাভ নকৰক কিয়, এই সকলোবোৰ আল্লাহৰ কৃপা আৰু তেওঁৰ দয়াতহে লাভ হয়।

• سؤال الله حسن الخاتمة والسلامة والفوز يوم القيامة والالتحاق برفقة الصالحين في الجنان.
আল্লাহৰ ওচৰত উত্তম পৰিণতি, নিৰাপত্তা তথা ক্বিয়ামতৰ দিনা সফলতা আৰু জান্নাতত পূণ্যৱান লোকসকলৰ সঙ্গ লাভ কৰাৰ প্ৰাৰ্থনা কৰা উচিত।

• من فضل الله تعالى أنه يُطْلع أنبياءه على بعض من أمور الغيب لغايات وحكم.
আল্লাহ তাআলাৰ এটা অন্যতম অনুগ্ৰহ হৈছে এই যে, তেওঁ কিছুমান অদৃশ্য বিষয় সম্পৰ্কে ৰহস্য আৰু উদ্দেশ্য অনুসৰি ৰাছুলসকলক অৱগত কৰে।

 
Ý nghĩa nội dung Câu: (98) Chương: Yusuf
Mục lục các chương Kinh Số trang
 
Bản dịch ý nghĩa nội dung Qur'an - 简易古兰经经注阿萨姆语版 - Mục lục các bản dịch

由古兰经研究诠释中心发行

Đóng lại