Check out the new design

Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an * - Mục lục các bản dịch


Ý nghĩa nội dung Câu: (43) Chương: Ibrahim
مُهْطِعِیْنَ مُقْنِعِیْ رُءُوْسِهِمْ لَا یَرْتَدُّ اِلَیْهِمْ طَرْفُهُمْ ۚ— وَاَفْـِٕدَتُهُمْ هَوَآءٌ ۟ؕ
যেতিয়া মানুহে কবৰৰ পৰা উঠি খৰখেদাকৈ আহ্বানকাৰীৰ পিনে দৌৰিব, ওপৰমুৱা হৈ আকাশৰ পিনে ভয়ত চাই থাকিব। সিহঁতৰ চকু তলমুৱা হোৱাৰ নামেই নলব। বৰং সেইদিনৰ দৃশ্য দেখি সিহঁত থৰ লাগি চাই থাকিব, আৰু সেইদিনৰ ভয়াৱহ দৃশ্য দেখি সিহঁতৰ তত নাইকীয়া হ'ব।
Các Tafsir tiếng Ả-rập:
Trong những bài học trích được của các câu Kinh trên trang này:
• تصوير مشاهد يوم القيامة وجزع الخلق وخوفهم وضعفهم ورهبتهم، وتبديل الأرض والسماوات.
ক্বিয়ামত দিৱসৰ দৃশ্য, মানুহৰ ভয়-ভীতি আৰু নিৰ্বলতাৰ বৰ্ণনা, পৃথিৱী আৰু আকাশমণ্ডল পৰিবৰ্তনৰ বৰ্ণনা।

• وصف شدة العذاب والذل الذي يلحق بأهل المعصية والكفر يوم القيامة.
পাপিষ্ঠ আৰু কাফিৰসকলৰ বাবে ক্বিয়ামতৰ দিনা হ'বলগীয়া কঠিন শাস্তি আৰু অপমানৰ বৰ্ণনা।

• أن العبد في سعة من أمره في حياته في الدنيا، فعليه أن يجتهد في الطاعة، فإن الله تعالى لا يتيح له فرصة أخرى إذا بعثه يوم القيامة.
পাৰ্থিৱ জীৱনত বান্দাই নিজৰ ক্ষেত্ৰত ফয়চালা লব পাৰে। সেয়ে সিহঁতে বেছি বেছি নেক কৰ্ম কৰা উচিত। কিয়নো আল্লাহে ক্বিয়ামতৰ দিনা পুনৰুত্থান কৰাৰ পিছত দ্বিতীয়বাৰ এই অৱকাশ প্ৰদান নকৰিব।

 
Ý nghĩa nội dung Câu: (43) Chương: Ibrahim
Mục lục các chương Kinh Số trang
 
Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an - Mục lục các bản dịch

Do Trung tâm Diễn giải Nghiên cứu Kinh Qur'an phát hành.

Đóng lại