Check out the new design

क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (9) सूरा: अत्-तग़ाबुन
یَوْمَ یَجْمَعُكُمْ لِیَوْمِ الْجَمْعِ ذٰلِكَ یَوْمُ التَّغَابُنِ ؕ— وَمَنْ یُّؤْمِنْ بِاللّٰهِ وَیَعْمَلْ صَالِحًا یُّكَفِّرْ عَنْهُ سَیِّاٰتِهٖ وَیُدْخِلْهُ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ— ذٰلِكَ الْفَوْزُ الْعَظِیْمُ ۟
হে ৰাছুল! স্মৰণ কৰক, ক্বিয়ামতৰ দিনা আল্লাহে যেতিয়া তোমালোকৰ কৰ্মৰ প্ৰতিদান দিবলৈ তোমালোকক একত্ৰিত কৰিব। সেই দিনটো হ'ব কাফিৰসকলৰ ক্ষতি প্ৰকাশ হোৱাৰ দিন। কিয়নো মুমিনসকলে জান্নাতৰ ভিতৰত জাহান্নামীসকলৰ অট্টালিকাসমূহৰ উত্তৰাধিকাৰী হ'ব। আনহাতে জাহান্নামত জাহান্নামীসকলে জান্নাতিসকলৰ ঠিকনাৰ উত্তৰাধিকাৰী হ'ব। এতেকে যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিব আৰু সৎকৰ্ম কৰিব, আল্লাহে তেওঁলোকৰ পাপসমূহ মোচন কৰি দিব আৰু এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ অট্টালিকা আৰু বৃক্ষবোৰৰ তলেদি নিজৰাসমূহ প্ৰৱাহিত হ'ব। তেওঁলোকে তাত চিৰকাল থাকিব। তেওঁলোক তাৰ পৰা কেতিয়াও বহিষ্কৃত নহ'ব আৰু ইয়াৰ নিয়ামতবোৰৰ ধাৰাবাহিকতাও বিচ্ছিন্ন নহ'ব। তেওঁলোকে লাভ কৰা এই বস্তুবোৰেই হৈছে প্ৰকৃত সফলতা। এই সফলতাৰ মুকাবিলা আন কোনো সফলতাই কৰিব নোৱাৰে।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• من قضاء الله انقسام الناس إلى أشقياء وسعداء.
আল্লাহে মানুহক দুটা ভাগত বিভক্ত কৰিছে, সৌভাগ্যশালী আৰু দুৰ্ভগীয়া।

• من الوسائل المعينة على العمل الصالح تذكر خسارة الناس يوم القيامة.
নেক আমল কৰাৰ অন্যতম সহায়ক হৈছে ক্বিয়ামত দিৱসৰ ক্ষতিগ্ৰস্ততাক স্মৰণ কৰা।

 
अर्थों का अनुवाद आयत: (9) सूरा: अत्-तग़ाबुन
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद - अनुवादों की सूची

कुरआनिक अध्ययन के लिए कार्यरत व्याख्या केंद्र द्वारा निर्गत।

बंद करें